SEC Conflict and Peace Building Important Questions

 

Skill Enhancement Course

SEC0202303 (Conflict and Peace Building)

Dept of Political Science

 

1 Marks each:

 

1. What is the full form of NATO?

NATOৰ সম্পূর্ণ ৰূপটো কি?

North Atlantic Treaty Organisation

 

2. What is the name of the military alliance led by Russia during cold war?

শীতল যুদ্ধৰ সময়ত ৰাছিয়াৰ নেতৃত্বত গঢ়ি উঠা সামৰিক গোটটোৰ নাম কি?

Warsaw Treaty

 

3. Who said “Conflict is the perception of differences of interests among people”?

কোনে কৈছে “ মানুহৰ মাজত থকা স্বার্থৰ ভিন্ন ধাৰণাই হৈছে সংঘাত”?

L Thompson

 

4. Give an example of social conflict?

সামাজিক সংঘাতৰ এটা উদাহৰণ দিয়া।

Religious Conflict/ধর্মীয় সংঘাত

 

5. Who said “Conflict is the opposition of forces”?

কোনে কৈছে “শক্তিৰ বিৰোধেই হৈছে সংঘাত”?

L S Kahn

 

6. Give an example of inter-individual conflict.

আন্ত-ব্যক্তি সংঘাতৰ এটা উদাহৰণ দিয়া।

Domestic violence/ঘৰুৱা হিংসা

 

7. Give an example of inter-state conflict.

আন্ত-ৰাজ্যিক সংঘাতৰ এটা উদাহৰণ দিয়া।

অসম নাগালেণ্ড সীমা বিবাদ/ Assam Nagaland Border dispute


8. Give an example of international conflict.

আন্তৰাষ্ট্রীয় সংঘাতৰ এটা উদাহৰণ দিয়া।

Israel Palestine War/ ইজৰাইল আৰু পেলেস্টাইনৰ যুদ্ধ

 

9. When was ICJ formed?

ICJ কেতিয়া গঠন হৈছিল?

26 june, 1945

 

10. What is the full form of ICJ?

ICJৰ সম্পূর্ণ ৰূপটো কি?

Internatioanl Court of Justice

 

11. What is the full form of GATT?

GATT ৰ সম্পূর্ণ ৰূপটো কি?

General Agreement on Tarrifs and Trade

 

12. When was India Pakistan war fought?

ভাৰত পাকিস্তানৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল?

1965

 

13. What is the full form of PVR?

PVRৰ সম্পূর্ণ ৰূপটো কি?

Post Violence Reconciliation

 

14. What is the full form of IPRI?

IPRIৰ সম্পূর্ণ ৰূপটো কি?

International Peace Research Institute

 

15. When was PRIO formed?

PRIO কেতিয়া গঠন হৈছিল?

1959

 

16. Who worked as a mediator appointed by the Govt of Australia in 1950 in Indo Pak conflict?

১৯৫০ চনৰ ভাৰত পাক সংঘাতৰ সময়ত অস্ট্রেলিয়াৰ চৰকাৰৰ দ্বাৰা নিয়োজিত কোনে মধ্যস্ততা কৰিছিল?

Sir Dixon

 

17. When was Shimla Accord signed?

শিমলা চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?

02 July, 1972

 

18. Between whom was the Shimla Accord signed?

শিমলা চুক্তি কাৰ কাৰ মাজত সাক্ষৰিত হৈছিল?

Indira Gandhi and Zulfikar Ali Bhutto

 

19. When was Treaty of Westphalia signed?

ৱেস্টফেলিয়া চুক্তি কেতিয়া সাক্ষৰিত হৈছিল?

1648

 

20. Who wrote “The Great Big Book of Horrible Things”?

“The Great Big Book of Horrible Things” কিতাপখন কোনে লিখিছিল?

Mathew White

 

21. Who wrote “A Vindication of the Rights of Women”?

“A Vindication of the Rights of Women” কিতাপখন কোনে লিখিছিল?

Mary Wolstonecraft

 

22. What is the root word of ‘Ethnic’?

‘Ethnic’ শব্দটোৰ মুল কি?

Ethnos

 

23. Who introduced the term conflict resolution?

সংঘাত নিৰাময় শব্দটো কোনে পোন প্রথমবাৰ ব্যৱহাৰ কৰিছিল?

Johan Vincent Galtung


24. Who coined the term conflict?

সংগাত শব্দটো কোনে ব্যৱহাৰ কৰিছিল প্রথম?

George Simmel

 

25. What is patriarchy?

পুৰুষতন্ত্র কি?

A belief system that prioritises male members of society in every sphere of life. পুৰুষতন্ত্র এনে এক চিন্তাধাৰা যি জীৱনৰ প্রত্যেকটো ক্ষেত্রত পুৰুষ প্রধানতাক সমর্থন কৰে।

 

26. Who is the father of conflict theory?

সংবাত তত্ত্বৰ পিতৃ বুলি কাক কোৱা হয়?

Galtung

 

27. What is the first step in the process of conflict resolution?

সংঘাত নিৰাময়ৰ ক্ষেত্রত প্রথম পদক্ষেপ কি?

Active Listening

 

28. Who is the founder of multi-track diplomacy?

মাল্টি ট্রেক কূটনীতিৰ প্রতিষ্ঠাপক কোন?

Louise Diamond

 

29. In which year was the Journal of Peace Research published for the first time?

Journal of Peace Research পোন প্রথমবাৰৰ বাবে কেতিয়া প্রকাশ পাইছিল?

1964

 

30. What is the full form of ADR?

ADRৰ সম্পূর্ণ ৰূপ কি?

Alternative Dispute Resolution

 

2 Marks Questions:

 

1. What do you mean by conflict?

সংঘাত বুলিলে কি বুজা?

 

2. Mention two types of conflict.

সংঘাতৰ দুটা প্রকাৰ উল্লেখ কৰা।

 

3. Write in brief about IFOR.

IFORৰ বিষয়ে চমুকৈ লিখা।

 

4. When was PRIO formed? What is its main objective?

PRIO কেতিয়া গঠন হৈছিল? ইয়াৰ মুল উদ্দেশ্য কি?

 

5. Who established the Carter Centre? What is its aim and objective?

Carter Centre কোনে স্থাপন কৰিছিল? ইয়াৰ মুল উদ্দেশ্য কি?

 

6. Who started the TRANSCEND policy and why?

TRANSCEND নীতি কোনে আৰু কিয় আৰম্ভ কৰিছিল?

 

7. Mention two types of diplomacy.

দুই ধৰণৰ কূটনীতি উল্লেখ কৰা।

 

8. When did the Russia Ukraine war start? Mention a negative fall out of this war.

ৰাছিয়া-ইউক্রেইন যুদ্ধ কেতিয়া আৰম্ভ হৈছিল? এই যুদ্ধৰ এটা নেতিবাচক ফলাফল উল্লেখ কৰা।

 

9. Mention any two causes of international conflict.

আন্তৰাষ্ট্রীয় সংঘাতৰ যিকোনো দুটা কাৰণ উল্লেখ কৰা।

 

10. Give two examples of conflict due to boundary clash?

সীমা বিবাদৰ ফলত হোৱা দুটা সংঘাতৰ উদাহৰণ দিয়া।

 

11. Give two characteristics of conflict.

সংঘাতৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

 

12. What is arbitration?

মনোনীত ব্যক্তিৰ জৰিয়তে সমাধানৰ অর্থ কি?

 

13. What is conciliation? 

সন্তষ্টিকৰণ কি?

 

14. What is diplomacy?

কূটনীতি কি?

 

15. Mention any two features of arbitration?

মনোনীত ব্যক্তিৰ জৰিয়তে সমাধানৰ প্রক্রিয়াৰ দুটা বৈশিষ্ট্য লিখা।

 

16. What is open diplomacy?

মুক্ত কূটনীতি কি?

 

17. What is secret diplomacy?

গোপন কুটনীতি কি?

 

18. Mention any two causes of inter-individual conflict.

আন্ত-ব্যক্তি সংঘাতৰ দুটা কাৰণ উল্লেখ কৰা।

 

19. According to World Bank, what is natural resource?

বিশ্ব বেঙ্কৰ মতে প্রাকৃতিক সম্পদ কি?

 

20. Mention any two primary sources of fuel.

ইন্ধনৰ দুটা প্রাথমিক উৎস কি কি?

 

21. Mention any two areas of gender based discrimination.

লিংগ বৈষম্যৰ দুটা ক্ষেত্র উল্লেখ কৰা।

 

22. Mention any two destructive aspects of religious conflict.

ধর্মীয় সংঘাতৰ দুটা ধ্বংসাত্মক দিশ উল্লেখ কৰা।

 

23. What do you mean by ethnic conflict? Give an instance.

নৃ-গোষ্ঠীয় সংঘাত বুলিলে কি বুজা? এটা উদাহৰণ দিয়া।

 

24. Mention any two elements of negotiation.

আলাপ-আলোচনাৰ দুটা উপাদান উল্লেখ কৰা।

 

25. Mention any two elements of trust building.

বিশ্বাস-স্থাপনৰ দুটা উপাদান উল্লেখ কৰা।

 

26. Mention any two types of mediation.

মধ্যস্ততাৰ দুটা প্রকাৰ উল্লেখ কৰা।

 

27. Mention two preconditions for the success of mediation.

মধ্যস্ততাৰ সফলতাৰ দুটা পুর্বচর্ত উল্লেখ কৰা।

 

28. What is transformative mediation?

ৰূপান্তৰমূলক মধ্যস্থতা কি?

 

29. What is active listening?

সক্রিয় শ্রৱণ কি?

 

30. Mention any two conflict management skills.

বিবাদ ব্যৱস্থাপনাৰ দক্ষতাৰ দুটা উদাহৰণ দিয়া।

 

5 marks questions:

 

1. Mention any five types of conflict.

পাচঁ প্রকাৰ সংঘাতৰ উদাহৰণ দিয়া।

 

2. What are the causes of international conflict?

আন্তৰাষ্ট্রীয় সংঘাতৰ কাৰণবোৰ কি কি?

 

3. Write a short note on ideological conflict.

মতাদর্শগত সংঘাতৰ ওপৰত এটা চমুটোকা লিখা।

 

4. Discuss the methods of peace building.

শান্তি স্থাপনৰ পদ্ধতিবোৰ আলোচনা কৰা।

 

5. What is ethnic conflict? What are its causes?

নৃ-গোষ্ঠীয় সংঘাত কি? ইয়াৰ কাৰণবোৰ কি? কি?

 

6. What is gender discrimination? Mention some areas of gender discrimination.

লিংগভিত্তিক বৈষম্য বুলিলে কি বুজা? লিংগ বৈষম্যৰ কিছু ক্ষেত্র উল্লেখ কৰা।

 

7. Mention the various methods of conflict resolution.

বিবাদ নিৰীক্ষাৰ বিভিন্ন পদ্ধতিবোৰ আলোচনা কৰা।

 

8. What are the elements of trust building?

বিশ্বাস স্থাপনৰ উপাদানবোৰ আলোচনা কৰা।

 

9. Discuss the various types of mediation.

মধ্যস্থতাৰ বিভিন্ন প্রকাৰবোৰ উল্লেখ কৰা।

 

10. What is satyagraha? What are its basic principles?

সত্যগ্রহ বুলিলে কি বুজা? সত্যগ্রহৰ মুল নীতিবোৰ কি?

 

11. Write a short note on international conflict.

আন্তৰাষ্ট্রীয় সংঘাতৰ ওপৰত এটা চমু টোকা লিখা।

 

12. What are the preconditions for the success of conflict resolution?

বিবাদ নিৰীক্ষাৰ পুর্বচর্তসমূহ উল্লেখ কৰা।

 

13. Mention five elements of negotiation.

আলাপ আলোচনাৰ উপাদানসমূহ উল্লেখ কৰা।

 

14. Write a short note on arbitration.

মনোনীত ব্যক্তিৰ জৰিয়তে সমাধানৰ প্রক্রিয়াৰ ওপৰত এটা চমুটোকা লিখা।

 

15. Write a short note on conflict resolution through judicial procedure.

ন্যায়িক প্রক্রিয়াৰ জৰিয়তে বিবাদ নিৰীক্ষাৰ ওপৰত চমু টোকা লিখা।

 

16. Mention some important features of negotiation.

আলাপ আলোচনাৰ কিছু বৈশিষ্ট্য লিখা।

 

17. Write a short note on behavioural conflict.

ব্যৱহাৰিক সংঘাতৰ ওপৰত চমু টোকা লিখা।

 

18. Write a short note on resource based conflict.

সম্পদৰ সংঘাতৰ ওপৰত এটা চমু টোকা লিখা।

 

19. What do you mean by socio-cultural conflict? What are its various areas?

সামাজিক আৰু সাংস্কৃতিক সংঘাতৰ বিষয়ে লিখা। এনে সংঘাতৰ বিভিন্ন ক্ষেত্রবোৰ উল্লেখ কৰা।

 

20. Discuss the Gandhian method of conflict resolution.

সংঘাত নিৰীক্ষাৰ গান্ধীবাদী ধাৰণাটো আলোচনা কৰা।

 

 

10 marks questions:

 

1. What is conflict? What are its various types? What are the causes of international conflict?

সংঘাত কি? সংঘাতৰ বিভিন্ন প্রকাৰ কি কি? আন্তৰাষ্ট্রীয় সংঘাতৰ বিভিন্ন কাৰণবোৰ কি কি?

 

2. Discuss the various phases of the development of conflict resolution.

সংঘাত নিৰসনৰ ধাৰণাৰ বিভিন্ন পর্য্যায়বোৰ কি কি?

 

3. What is conflict resolution? What are its various methods?

সংঘাত নিৰসন কি? সংঘাত নিৰসনৰ বিভিন্ন পদ্ধতিবোৰ কি কি?

 

4. What is behavioural conflict? What are the methods of preventing such conflict? What are the ways of resolving such conflict?

ব্যৱহাৰিক সংঘাত কি? এনে সংঘাত প্রতিৰোধ কৰাৰ পদ্ধতিবোৰ কি কি? এনে সংঘাত নিৰসন কৰাৰ উপায়সমূহ কি?

 

5. What is resource centric conflict? What are the causes of its rise? What are the methods of its resolution?

সম্পদকেন্দ্রিক সংঘাত কি? এনে সংঘাতৰ উত্থানৰ কাৰণ কি কি? সম্পদ কেন্দ্রিক সংঘাতৰ সমাধানসমূহ আলোচনা কৰা।

 

6. What is social conflict? What are its characteristics? What are the various areas of socio-cultural conflict?

সামাজিক সংঘাত কি? সামাজিক সংঘাতৰ বৈশিষ্ট্যবোৰ কি? সামাজিক আৰু সাংস্কৃতিক সংঘাতৰ বিভিন্ন ক্ষেত্রবোৰ কি কি?

 

7. What is religious conflict? What are the methods to prevent religious conflict?

ধর্মীয় সংঘাত কি? ধর্মীয় সংঘাত প্রতিৰোধ কৰাৰ উপায়সমূহ কি কি?

 

8. What is the Gandhian Method of Conlfict Resolution? Discuss elaborately.

সংঘাত নিৰসনৰ গান্ধীবাদী পদ্ধতি কি? বহলভাৱে আলোচনা কৰা।

 

9. Discuss the feminist and environmental approaches to conflict resolution.

সংঘাত নিৰসনৰ পাৰিবেশিক আৰু নাৰীবাদী দৃষ্টিভংগী আলোচনা কৰা।

 

10. Discuss elaborately about Diplomacy as a mode of conflict resolution.

সংঘাত নিৰসনৰ উপায়ৰূপে কূটনীতিৰ বিষয়ে বহলভাৱে আলোচনা কৰা।

 

 

Comments

Popular posts from this blog

Part B Chapter 1 এটা দলৰ আধিপত্যৰ যুগ

Part B Chapter 2 Assamese