Posts

Showing posts from September, 2026

H S 1st Year Part A Chap 1 English

  Chapter 1: Constitution: Why and How? 1. Which of the following is NOT a function of the Constitution? (a) The Constitution protects the rights of citizens. (b) The Constitution ensures that good people come to power. (c) The Constitution clearly explains the powers of the different organs of government. (d) The Constitution expresses certain values. Answer: (b) The Constitution ensures that good people come to power. 2. What is a Constitution? Answer: A Constitution is a set of rules and laws that defines the powers of the government, the rights of the people, and the relationship between the rulers and the people. 3. Write any one feature of a Constitution. Answer: The idea of a Constitution is mainly a legal concept . 4. In a parliamentary government, the executive is legally responsible to ________. Answer: The Legislature. 5. Write any one main objective of the Indian Constitution. Answer: To provide equal status and equal opportunities to al...

HS 1st Year Part A Chapter 1 Assamese

Chapter 1: সংবিধান কিয় আৰু কেনেকৈ ? ১। তলত উল্লেখ কৰা কোনবিধ কার্য সংবিধানৰ নহয় ?  ( ক) সংবিধানে নাগৰিকৰ অধিকাৰক সুৰক্ষা প্রদান কৰে ।   ( খ) সংবিধানে ভাল মানুহক ক্ষমতালৈ অহাত নিশ্চিত কৰে ।   ( গ) সংবিধানে চৰকাৰৰ বিভিন্ন অংগবিলাকৰ ক্ষমতাবােৰ স্পষ্ট কৰি দিয়ে ।   ( ঘ) সংবিধানে কেতবােৰ মূল্যবােধৰ প্ৰকাশ কৰে ৷   উত্তৰঃ (খ) সংবিধানে ভাল মানুহক ক্ষমতালৈ অহাত নিশ্চিত কৰে ।   ২। সংবিধান কাক বো লে ?  উত্তৰঃ সংবিধান হ’ল সেইবিলাক বিধি – নিয়মৰ সমষ্টি যাৰ দ্বাৰা চৰকাৰৰ ক্ষমতা , শাসিতৰ অধিকাৰ আৰু শাসক – শাসিতৰ মাজত সম্পর্ক স্থিৰ কৰা হয় ।   ৩। সংবিধানৰ যিকো নো এটা বৈশিষ্ট্য লিখা ।   উত্তৰঃ সংবিধানৰ ধাৰণা মূলতঃ এটি আইনগত ধাৰণা ।   ৪। সংসদীয় চৰকাৰত কাৰ্যপালিকা বিধিগতভাৱে _____ ৰ ওচৰত দায়বদ্ধ থাকে ।   উত্তৰঃ বিধানমণ্ডলৰ ওচৰত ।   ৫। ভাৰতীয় সংবিধানৰ যিকো নো এটা মূল লক্ষ্য লিখ ।   উত্তৰঃ সক লো ৰে বাবে সমান মর্যাদা আৰু সু যোগ প্রদান কৰা । ৬। সংবিধান শব্দটো লেটিন ভাষাৰ কি শব্দৰ পৰা আহিছে ?  উত্তৰঃ ‘...