Posts

H S 2nd Year Part B Chap 4 English

  Chapter 4: India’s Foreign Policy 1. What is meant by Foreign Policy? Discuss the factors that determine Foreign Policy. Answer: In simple words, foreign policy is a set of policies through which a country protects its national interests and develops political, economic and cultural relations with other countries. It also helps a country to strengthen its position in the international field. Both internal and external factors play an important role in making the foreign policy of a country. These factors are called the determinants of foreign policy. The main factors are: (i)Size of the country: The foreign policy of a large country is different from that of a small country. A large country can use its greater power and influence in international affairs. (ii) Economic development: The economy is an important factor in making foreign policy. The foreign policy of a developed country is generally different from that of a less developed country. Economic development als...

HS 2nd Year Part B Chap 4 Assamese

  Chapter 4: ভাৰতৰ বৈদেশিক সম্পৰ্ক 1/ বৈদেশিক নীতি বুলিলে কি বুজা ? বৈদেশিক নীতিৰ নির্ধাৰকবোৰ আলোচনা কৰা। উত্তৰ:  অতি সাধাৰণ ভাষাত বৈদেশিক নীতি হৈছে কিছুমান নীতিৰ সমষ্টি। যিয়ে ৰাষ্ট্রীয় স্বার্থ সুৰক্ষিত কৰি অন্য ৰাষ্ট্ৰৰ লগত ৰাজনৈতিক , অর্থনৈতিক , সাংস্কৃতিক সম্পর্ক প্ৰতিষ্ঠা কৰি আন্তঃ ৰাষ্ট্রীয় ক্ষেত্ৰত নিজৰ স্থিতি শক্তিশালী কৰে। এখন ৰাষ্ট্ৰৰ বৈদেশিক নীতি প্রণয়নত কিছুমান আভ্যন্তৰীণ আৰু বাহ্যিক কাৰকে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। সাধৰণতে এই কাৰকসমূহকে বৈদেশিক নীতিৰ নির্ধাৰক বুলি কোৱা হয়। তলত এই কাৰক/নিধাৰকসমূহৰ বিষয়ে তলত চমুকৈ আলোকপাত   কৰা   হল  –   i) ৰাষ্ট্ৰৰ আকাৰঃ- ৰাষ্ট্ৰৰ আকাৰৰ ওপৰতো বৈদেশিক নীতিৰ গুৰুত্ব বহু পৰিমাণে নির্ভৰশীল। এখন বিশাল ৰাষ্ট্রৰ বৈদেশিক নীতি এখন সৰু ৰাষ্ট্ৰতকৈ পৃথক হয়। কিয়নো বিশাল ৰাষ্ট্ৰই ইয়াৰ বিশাল ক্ষমতা আন্তঃ ৰাষ্ট্রীয় ক্ষেত্রত   প্রতিষ্ঠা   কৰে। ii) অর্থনৈতিক উন্নয়ন:- বৈদেশিক নীতি প্রণয়নত গুৰুত্ব লাভ কৰা আন এন অন্যতম নির্ধাৰক হৈছে অর্থনীতি। এখন উন্নত ৰাষ্ট্ৰৰ বৈদেশিক নীতি এখন অনুন্নত ৰাষ্ট...